আন্তঃৰাষ্ট্ৰীয় পদক লাভেৰে অসমবাসীৰ নাম উজলালে হৃদয়ে

0 281

পুনৰ দুটা আন্তঃৰাষ্ট্ৰীয় পদকেৰে উজলি উঠিল অসমৰ উদীয়মান  শ্বুটাৰ হৃদয়  হাজৰিকা ।জাৰ্মানীত চলি থকা আই এছ চি এইছ শ্বুটাৰ হৃদয় হাজৰিকাই ব্যক্তিগত ১০মিটাৰ এয়াৰ ৰাইফলৰ জুনিয়ৰ শাখাত ব্ৰঞ্জৰ পদক দখল কৰাৰ লগতে ১০ মিটাৰ এয়াৰ ৰাইফলৰ দলীয় শাখাত সোণৰ পদক দখল কৰিবলৈ সক্ষম হয় ।ইয়াৰ পূৰ্বে যুৱ শ্বুটাৰ গৰাকীয়ে দক্ষিণ কোৰিয়াত অনুষ্ঠিত হোৱা ৫২সংখ্যক আই এছ এফ শ্বুটিঙত সোণৰ পদক দখল কৰিবলৈ সক্ষম হৈছিল ।

Leave A Reply

Your email address will not be published.