ক’ভিড-১৯ ৰ বাবে সম্প্ৰতি বন্ধ হৈ আছে আন্ত:জিলা পৰিবহন। কিন্তু পৰিবহন ব্যৱস্থা বন্ধ থাকিলেও বিশেষ কাৰণত কিছুমান মানুহৰ বাবে আন জিলালৈ যাবলগীয়া জৰুৰী কাম থাকিব পাৰে।বিশেষ কিছুমান কাৰণত এখন জিলাৰ পৰা আন জিলালৈ যোৱাটো জৰুৰী হ’ব পাৰে।তেনে সময়তে বঙাইগাঁও জিলাৰ প্ৰশাসনে দেখুৱাইছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। উল্লেখযোগ্য যে বঙাইগাঁও জিলা প্ৰশাসনে নাগৰিকক ই-পাছ দিয়াৰ ব্যৱস্থা কৰিছে ৷যদি কোনোবা ব্যক্তি জৰুৰী কামৰ বাবে বঙাইগাঁও জিলাৰ পৰা আন জিলালৈ যাবলগীয়া হয় ,তেতিয়াহলে ই- পাছৰ বাবে এই লিংকৰ জৰিয়তে আবেদন কৰিব পাৰিব ৷ Application form URL: https://serviceonline.gov.in/directApply.do?serviceld=2023 আৰু আনটো হ’ল-Application tracking/ePass download URL: https//serviceonline.gov.in.ইয়াৰ উপৰি ‘ই-পাছ’ ৰ বাবে বঙাইগাঁও জিলা প্ৰশাসনৰ ৱেবচাইট https://bongaigaon.gov.in/ৰ জৰিয়তে লিংক বিচাৰি চাব পাৰিব।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন