ই মাৰ্কেটিং আৰু চ’চিয়েল মেডিয়াৰ সজাগতা সভা অনুষ্ঠিত

0 272

উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত এম এছ এম ইৰ সহযোগত আজি ধুবুৰীত ই মাৰ্কেটিঙৰ এক সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত হয়।
 
অনুষ্ঠানত ই মাৰ্কেটিঙৰ প্ৰয়োজনীয়তা গুৰুত্ব ,সম্ভাৱনীয়তা সম্পৰ্কে কৰ্মশালা বিশদ ভাবে আলোচনা আগবঢ়ায়।
 
অনুষ্ঠানটোত ব্যৱসায়ীৰ লগতে বহুতো উদ্যমী উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.