উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ পাঠদান অনলাইন যোগে হ`ব

0 226

অহা ১৫ মে’, ২০২১ৰ‌ পৰা আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ পাঠদান। অনলাইন যোগে পাঠগ্ৰহণ কৰিব লাগিব ছাত্ৰ-ছাত্ৰী সকলে। অসমৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এক জাননী যোগে এই কথা জনাইছে । ক`ৰণা মহামাৰীৰ বাবে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে।

Leave A Reply

Your email address will not be published.