মানৱ সভ্যতাৰ যিমানেই প্ৰসাৰিত হৈছে, সমান্তৰালভাৱে নীতি নিয়ম প্ৰণয়ন হৈছে ।শেহতীয়াকৈ চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ চিচুমা নামৰ এখন গাঁৱে বিশ্বৰ বুকুত বিশেষ গাঁও হিচাপে স্বীকৃতি পাবলৈ সক্ষম হৈছে ।মহাত্মা গান্ধীৰ স্বচ্চতাৰ সপোনক বাস্তৱায়িত কৰিবলৈ সক্ষম হৈছে।কহিমা চহৰৰ পৰা প্ৰায় ৩৫কি,মি দূৰত অৱস্থিত গাঁওখনে নিচামুক্ত, প্লাষ্টিক মুক্ত গাঁও হিচাপে পৰিচয় জিনিছে।গাঁও খনক চাবলৈ ইতিমধ্যে বিভিন্ন ঠাইৰ পৰ্যটকৰ সমাগম হৈছে।আনহাতে মেঘালয় শ্বিলঙৰ Impulse ngo network নামৰ বেচৰকাৰী সংস্থাটোৱে এতিয়ালৈকে প্ৰায় ৭৩,০০০হাজাৰ বিপদ গামী শিশু মহিলাক উদ্ধাৰ কৰি সংস্থাপন প্ৰদান কৰিছে ।উল্লেখযোগ্য যে এই সংস্থাটো পৰিচালনা কৰি আছে শ্বিলঙৰ হাচিনা খাৰভিহ নামৰ এগৰাকী মহিলাই।
Trending
- গ্ৰাহকক অস্বাস্থ্যকৰ পৰিবেশত মাছ – মাংস বিক্ৰী ; গুৱাহাটী পৌৰ নিগমৰ অভিযানত ৫৬ হাজাৰ টকাৰ জৰিমণা সংগ্ৰহ
- গুৱাহাটী প্ৰেছ ক্লাবত বহুভাষিক দুমহীয়া আলোচনী মহাৰ্ণৱৰ পঞ্চম বৰ্ষপূৰ্তি পালন
- পৰ্যটনৰ কোনো পৰিধি নাই- পৰ্যটন বিভাগটোক আৰু অধিক উজ্জীৱিত ৰূপত তুলি ধৰাৰ বাবে সংঘবদ্ধ হৈ কাম কৰাৰ আহ্বান পৰ্যটন মন্ত্ৰীৰ
- বনভোজ-নতুন বছৰৰ উৎসৱৰ সময়ত নীতি-নিদেৰ্শনা মানিহে গাড়ী চলোৱাৰ আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্তৰ
- সৰুসজাই ক্ৰীড়া প্ৰকল্পতএই মহা আয়োজন বিশ্বমানৰ হোৱাৰ ওপৰত গুৰুত্ব সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ
- ঢেকিয়াজুলি সমষ্টিৰ ৫,১৩০ টা পৰিয়ালৰ ২৭,৭৮৩ গৰাকী নতুন হিতাধিকাৰীৰ মাজত ৰেছন কাৰ্ড বিতৰণ
- ডিমৰীয়াত পৰিবহণ বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলিত সেৱা কাৰ্যসূচী
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যোগত শ্ৰী শ্ৰীমহাকালেশ্বৰ মন্দিৰৰ পৰ্যটনৰ সম্ভাৱনীয়তা বিষয়ক আলোচনা
- গোৱালপাৰা জিলাত ‘বিকাশৰ ১২ দিন’ শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী অশোক সিংহলৰ
- সকলো শ্ৰেণীৰ বাহনৰ নথিপত্ৰ সঠিক কৰি ৰাখি সুৰক্ষিত যাতায়াত অব্যাহত ৰখাৰ আহ্বান পৰিবহণ বিভাগৰ