উত্তৰ পূৰ্বাঞ্চলৰ গৌৰৱ-দুটা বিশেষ খবৰ

0 267

মানৱ সভ্যতাৰ যিমানেই প্ৰসাৰিত হৈছে, সমান্তৰালভাৱে নীতি নিয়ম প্ৰণয়ন হৈছে ।শেহতীয়াকৈ চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ চিচুমা নামৰ এখন গাঁৱে বিশ্বৰ বুকুত বিশেষ গাঁও হিচাপে স্বীকৃতি পাবলৈ সক্ষম হৈছে ।মহাত্মা গান্ধীৰ স্বচ্চতাৰ সপোনক বাস্তৱায়িত কৰিবলৈ সক্ষম হৈছে।কহিমা চহৰৰ পৰা প্ৰায় ৩৫কি,মি দূৰত অৱস্থিত গাঁওখনে নিচামুক্ত, প্লাষ্টিক মুক্ত গাঁও হিচাপে পৰিচয় জিনিছে।গাঁও খনক চাবলৈ ইতিমধ্যে বিভিন্ন ঠাইৰ পৰ্যটকৰ সমাগম হৈছে।আনহাতে মেঘালয় শ্বিলঙৰ Impulse ngo network নামৰ বেচৰকাৰী সংস্থাটোৱে এতিয়ালৈকে প্ৰায় ৭৩,০০০হাজাৰ বিপদ গামী শিশু মহিলাক উদ্ধাৰ কৰি সংস্থাপন প্ৰদান কৰিছে ।উল্লেখযোগ্য যে এই সংস্থাটো পৰিচালনা কৰি আছে শ্বিলঙৰ হাচিনা খাৰভিহ নামৰ এগৰাকী  মহিলাই।

Leave A Reply

Your email address will not be published.