মাজুলীত বৰ্ত্তমান উৎসৱমুখৰ পৰিবেশ। সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ মাজুলীত ৰাস আৰু পালনামৰ মহোৎসৱ উদযাপিত হৈ আছে। এনে উৎসৱমুখৰ পৰিবেশৰ আমোদ ল’বলৈ মাজুলীলৈ দেশী- বিদেশী অগণন পৰ্যটকৰ আগমন হৈছে। উল্লেখযোগ্য যে প্ৰায় ৬৫ খন ঠাইত ৰাস মহোৎসৱ অনুষ্ঠিত হৈছে। প্ৰায় কেইখন ৰাসস্থলীত ৰাস কালিলৈ সামৰণি পৰিব। স্মৰ্তব্য যে ভগবান শ্ৰী কৃষ্ঞ জন্ম বৃত্তান্তৰ ওপৰত ভিত্তি কৰি বিভিন্ন শিল্পীয়ে ৰাস সমূহত অভিনয় কৰে । আটাইতকৈ সুখবৰ যে এনে উৎসৱমুখৰ পৰিবেশত মাজুলীৰ পৰ্যটনে নকৈ প্ৰাণ পাই উঠে।
Trending
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান

