উৰিষ্যাত ৩০ নৱেম্বৰৰ পৰা দুই ডিচেম্বৰলৈ অনুষ্ঠিত নৱম ৰাষ্ট্ৰীয় কুংফু প্ৰতিযোগিতাত অসমৰ দলটোৱে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে । প্ৰতিযোগিতাত ভাগ লোৱা অসমৰ ৫০ জনীয়া দলটোৰ ভিতৰত সোণৰ পদক লাভ কৰে উমাঙ দাস, মৃগাংক দাস আৰু সমীৰ বৈশ্যই । ৰূপৰ পদক লাভ কৰে প্ৰিঞ্চ দাস, তন্ময় মেধি, পম্পী কলিতা আৰু হিয়ামণি নাথে । ব্ৰঞ্জৰ পদক লাভ কৰে সংঘামিত্ৰা দাসে।আনহাতে দলটোৰ নেতৃত্বত আছিল সীমান্ত দাস আৰু নৱ দাস।
Trending
- NSE and India Habitat Centre Partner to Empower Citizens with Financial Literacy
- পথিকৰ উদ্যোগত যোৰহাটত চাইক্লাথন
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত মধুপুৰ সত্ৰত সাঁচিপতীয়া পুথি পঠন-সংৰক্ষণ শীর্ষক কর্মশালা সম্পন্ন
- জাপানৰ ওছাকাত অনুষ্ঠিত হোৱা ৱৰ্ল্ড এক্সপ’ ২০২৫ত অসম ৰাজ্যিক প্ৰেক্ষাগৃহ উদ্বোধন
- ৰোগৰ নিৰ্ণয়ৰ পৰীক্ষা সমূহৰ মাচুল নিয়ন্ত্রণৰ বাবে গণস্বাক্ষৰ অভিযানৰ আৰম্ভণি আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান
- India is Emerging as a Financial Powerhouse, Says NSE Chief
- ক্ৰীড়াৰ জৰিয়তে এইচ ডি এফ চি বেংক পৰিৱৰ্তনে আজিলৈকে ৫ হাজাৰ ব্যক্তিক প্ৰভাৱিত কৰিছে।
- BJP Government Committed to Reclaiming Land from Infiltrators: Amit Shah
- আজাৰা পাটগাঁৱত বি এছ এফৰ আন্তঃকমাণ্ড মহিলা ক্ৰীড়া সমাৰোহৰ সামৰণি
- চীন দূতাবাসৰ পাঁচজনীয়া কূটনীতিবিদৰ দলৰ কটন বিশ্ববিদ্যালয় পৰিদৰ্শন