ভাৰতৰ সংবিধান প্ৰণেতা বি আৰ আম্বেদকাৰ ১৩৫ সংখ্যক জয়ন্তীৰ লগত সংগতি ৰাখি আই আই টি গুৱাহাটী অলপতে আয়োজন কৰে আম্বেদকাৰ জয়ন্তীৰ এক বৰ্ণাঢ্য অনুষ্ঠান । এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে চাংচাৰিৰ আম্বেদকাৰ মিচনৰ সভাপতি দুলাল মেধি। অনুষ্ঠানত উপস্থিত থাকি মেধিয়ে ড০ আম্বেদকাৰৰ জীৱন দৰ্শনৰ সম্পর্কে বক্তব্য আগবঢ়ায়। এই অনুষ্ঠানত আই আই টি গুৱাহাটীৰ পঞ্জীয়ক কে কে তিৱাৰী, প্ৰফেছাৰ সুকুমাৰ নন্দী উপস্থিত থাকে। উল্লেখ্য যে আই আই টি গুৱাহাটীয়ে এইবাৰ তিনি দিনীয়া কাৰ্য্যসূচীয়ে আম্বেদকাৰ জয়ন্তী উদযাপন কৰিছে।
Trending
- আই এ এছ এছ টি, গুৱাহাটীত প্লাজমা পদার্থবিজ্ঞান গৱেষকৰ তিনিদিনীয়া অধিৱেশনৰ আয়োজন
- তিনিচুকীয়াত স্বাস্থ্য সেৱাৰ পৰ্যালোচনা, তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ নতুন ৰক্ত ভাণ্ডাৰৰ শুভ উদ্বোধন
- অসম চৰকাৰৰ বন বিভাগৰ ৰাজহ বৃদ্ধিত অৰিহণা যোগাই আহিছে এমট্রনৰ পৰ্টেলে – অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতা
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগৰ উদ্যোগত কৃত্ৰিম বুদ্ধিমত্তা আৰু তথ্য প্ৰযুক্তি বিষয়ক গ্ৰীষ্মকালীন ইণ্টাৰ্নশ্বিপ কাৰ্যসূচীৰ শুভাৰম্ভ
- BRPNNL Delegation Felicitated by BRO for Support in Vikramshila Setu Restoration
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা