শোণিতপুৰ জিলাৰ অন্তৰ্গত টেট উত্তীৰ্ণ শিক্ষকসকলৰদ্বাৰা গঠিত সামাজিক ,সাংস্কৃতিক মঞ্চ এনাজৰী সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু বোকাগাঁও গাঁও উন্নয়ন সমিতিৰ সহযোগত বালিপৰা ৰঙাপৰা সদাব্যস্ত পথৰ এলিট একাডেমীৰ সমীপৰ পৰা বোকাগাঁও পৰ্যন্ত পথৰ দুয়োকাষে নাহৰ, কাঞ্চন, কৃষ্ঞচূড়া ৰাধাচূড়া, আদি কৰি সৰ্বমুঠ এশজোপা মূল্যৱান গছপুলি ৰোপন কৰি সেউজীকৰণৰ মহান আদৰ্শ দাঙি ধৰে ।অনুষ্ঠানটোত শুভ উদ্বোধন কৰে বোকাগাঁৱৰ বয়োজ্যেষ্ঠ সমাজকৰ্মী পুষ্প বৰাই । শিক্ষকতা জীৱনৰ পৰা আজৰি সময় উলিয়াই অনাগত দিনটোও বালিপৰাৰ লগতে জিলাখনৰ ব্যস্ত পথৰ দুয়োকাষ, ৰাজহুৱা স্থান, বিদ্যালয় চৌহদত বহুসংখ্যক গছপুলি ৰোপণ কৰাৰ বাবে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা বুলি তেখেতে অৱগত কৰে ।
Trending
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ