এটা বিৰল প্ৰজাতিৰ পক্ষী চাবলৈ এখন গাঁৱলৈ প্ৰকৃতিপ্ৰেমীৰ সোঁত বৈছে। জানিব পৰা মতে যোৱা দুমাহৰ পূৰ্বে এই বিশেষ গাঁৱখনলৈ বিৰল প্ৰজাতিৰ পক্ষীৰ আগমনৰ হৈছিল।তিনিচুকীয়া জিলাৰ কাকপথাৰৰ হাতীগড় লংকাদ্বীপ গাঁৱৰ এজন ব্যক্তিৰ বাৰীত এই পক্ষীবিধ পোৱা হৈছে।পক্ষীবিধ নাম দিনকণা।প্ৰাপ্ত তথ্য অনুসৰি চীন,ইণ্ডোনেছিয়া, বাংলাদেশ আৰু ভাৰতৰ দক্ষিণ প্ৰান্তত এই পক্ষীবিধ পোৱা যায়।সাধাৰণতে দিনকনা নামৰ এই পক্ষীবিধে দিনত জিৰণি লয় আৰু ৰাতি আহাৰৰ সন্ধান কৰে।এই বিৰল প্ৰজাতিৰ পক্ষীবিধৰ আগমণৰ সম্ভেদ পাই অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰকৃতি প্ৰেমী গাঁওখনৈ আগমনৰ হৈছে।ইতিমধ্যে চ’চিয়েল মেডিয়াটো এই খবৰে ব্যাপক চৰ্চা লাভ কৰিছে।চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই পক্ষীবিধৰ সংৰক্ষণ ব্যৱস্থা কৰিলে নিশ্চয়কে গ্ৰাম্য পৰ্যটনে এক মাত্ৰা লাভ কৰিব।
Trending
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ