ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ ইতিহাসত নতুন অধ্যায়ৰ সূচনা হ’ব।কটনিয়ানৰ বাবে ইউনিফৰ্ম বাধ্যতামূলক কৰিছে।২০১৯ বৰ্ষৰ শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ ছাত্ৰী সকলে ইউনিফৰ্ম পৰিধান কৰিব লাগিব ।অৱশ্যে ইউনিফৰ্ম কেনেকুৱা অথবা ইউনিফৰ্মৰ ৰং কি হ’ব সেই বিষয়ে এতিয়ালৈকে সিদ্ধান্ত গ্ৰহণ কৰা নাই ।ইউনিফৰ্ম নতুনকৈ সংযোজন কৰাৰ সম্পৰ্কত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কয় যে বিশ্ববিদ্যালয়খনৰ অনুশাসন শিক্ষাৰ্থীয়ে মানি চলাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
Trending
- বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা-২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা
- বৃহত্তৰ ৰাণী অঞ্চলত হাতীৰ উপদ্ৰবৰ মাজতে আঘোনৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত চহা কৃষক
- গুৱাহাটী বিশ্ববিদ্যালয়ত এন এছ এছৰ পূৱ মাণ্ডলৰ প্ৰাক গণৰাজ্য দিৱস পেৰেড শিবিৰৰ সামৰণি
- আপকুৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন-ৰাজ্যৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা
- National Press Day 2024 Commemorated in Guwahati: A Reflection on the Changing Nature of the Press
- গুৱাহাটী বিশ্ববিদ্যালয়ত জনজাতীয় গৌৰৱ দিৱস পালন
- জালুকবাৰী বিধানসভা সমষ্টিত খেল মহাৰণ ২.০ ৰ শুভাৰম্ভ
- অসম পৰ্যটন উদ্যোগত নতুন আশাৰ ৰেঙনি- কানাডাৰ প্ৰতিস্থানৰ ‘উভচৰী বিমান’ (seaplane)-ৰ প্ৰদৰ্শনী মুলক উৰণত অংশগ্ৰহণ কৰে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই
- অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু পুথিভঁৰাল সেৱা সঞ্চালয়কালয়ৰ সহযোগত মামণি ৰয়ছম গোস্বামী জয়ন্তী উদযাপন
- ৰাণীত হাতীৰ উপদ্ৰৱৰ মাজতে কৃষকৰ মাজত বন বিভাগৰ সহযোগত এন জি অ’ৰ টৰ্ছলাইট বিতৰণ