শিৱসাগৰ জিলা সাহিত্য সভাৰ কুঁহি উপ সমিতিৰ আহ্বানত আজি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, কথাশিল্পী ইমৰান শ্বাহৰ ৮৬ সংখ্যক ওপজা দিন উদযাপন কৰা হয়। আজি বিয়লি সাহিত্যিক গৰাকীৰ বাসগৃহৰ প্ৰাঙ্গণত অনুষ্ঠিত এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত শিৱসাগৰ জিলাৰ ভালেসংখ্যক অনুষ্ঠান প্ৰতিষ্ঠানে সাহিত্যিক ইমৰান শ্বাহক সম্বধৰ্না জনোৱাৰ লগতে শব্দ অনুষ্ঠানৰ পৰা শব্দ সাহিত্য বঁটা : ২০১৮ প্ৰদান কৰে। অনুষ্ঠানটোত সাহিত্যিক ইমৰান শ্বাহৰ জোনাকৰ ছবি আৰু দোকমোকালি নামৰ দুখন গ্ৰন্থ উন্মোচন কৰে । অনুষ্ঠানটোত কেইবাগৰাকী ব্যক্তিয়ে গীত পৰিবেশন কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে।
Trending
- পৰ্যটনৰ কোনো পৰিধি নাই- পৰ্যটন বিভাগটোক আৰু অধিক উজ্জীৱিত ৰূপত তুলি ধৰাৰ বাবে সংঘবদ্ধ হৈ কাম কৰাৰ আহ্বান পৰ্যটন মন্ত্ৰীৰ
- বনভোজ-নতুন বছৰৰ উৎসৱৰ সময়ত নীতি-নিদেৰ্শনা মানিহে গাড়ী চলোৱাৰ আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্তৰ
- সৰুসজাই ক্ৰীড়া প্ৰকল্পতএই মহা আয়োজন বিশ্বমানৰ হোৱাৰ ওপৰত গুৰুত্ব সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ
- ঢেকিয়াজুলি সমষ্টিৰ ৫,১৩০ টা পৰিয়ালৰ ২৭,৭৮৩ গৰাকী নতুন হিতাধিকাৰীৰ মাজত ৰেছন কাৰ্ড বিতৰণ
- ডিমৰীয়াত পৰিবহণ বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলিত সেৱা কাৰ্যসূচী
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যোগত শ্ৰী শ্ৰীমহাকালেশ্বৰ মন্দিৰৰ পৰ্যটনৰ সম্ভাৱনীয়তা বিষয়ক আলোচনা
- গোৱালপাৰা জিলাত ‘বিকাশৰ ১২ দিন’ শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী অশোক সিংহলৰ
- সকলো শ্ৰেণীৰ বাহনৰ নথিপত্ৰ সঠিক কৰি ৰাখি সুৰক্ষিত যাতায়াত অব্যাহত ৰখাৰ আহ্বান পৰিবহণ বিভাগৰ
- ৰাজ্যৰ মুগা কৃষকক মূগালাটৰ যোগান ধৰিব খানাপাৰাৰ চৰকাৰী সঁচ পামে
- এ এছ এছ টিত পলিমাৰ আৰু উন্নত কাৰ্যকৰী সামগ্ৰী বিষয়ক ৰাষ্ট্ৰীয় সন্মিলনৰ সামৰণি