কাইলৈ ঘোষণা হ’ব নতুন এছ অ`পি।ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কাইলৈ ১১ বজাত এক সংবাদমেল আয়োজন কৰিছে। এই নতুন এছ অ`পিয়ে ৰাজ্যলৈ স্বাভাৱিক অৱস্থা আনিব।বিশেষকৈ কলেজ,হোষ্টেল,আন্তঃজিলা, বাছৰ সেৱাকে ধৰি বিভিন্ন ক্ষেত্ৰত কিছু শিথিলতা অহাৰ সম্ভাৱনা।আনহাতে সান্ধ্যা আইনৰ ক্ষেত্ৰতো শিথিলতা অনা পূৰ্ণ সম্ভাৱনা।আনহাতে ৬ ছেপ্টেম্বৰৰ পৰা আন এখন নতুন এছ অ পি কাৰ্যকৰী হ’ব বুলি জানিব পৰা গৈছে।
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ জালুকবাৰী সমষ্টিত ৰিনিকি ভূঞা শৰ্মাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ
- গৃহৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাকৈ নিৰ্বাচনী আয়োগৰ পদক্ষেপ
- নগঞা ঢুলীয়া, চিত্ৰশিল্পী, খনিকৰ মহেন্দ্ৰ বৰালৈ “বৰ্হমথুৰি শিল্পী বঁটা সাংস্কৃতিক মঞ্চ অসমৰ
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ