৫ দিনৰ বাবে বন্ধ হৈ থকা গুৱাহাটী,উত্তৰ গুৱাহাটী সংযোগী ৰ’প ৱে’ সেৱা কাইলৈ পৰা পুনৰ মুকলি কৰা হ’ব।উল্লেখযোগ্য যে মেৰামতিৰ বাবে ৭ তাৰিখৰ পৰা ১১ তাৰিখলৈ মুঠ ৫ দিন ধৰি এই সেৱা বন্ধ আছিল।লগতে মক ড্ৰীলৰো এক ব্যৱস্থা কৰা হৈছিল । দুৰ্ঘটনাৰ সময়ত কেনেকৈ যাত্রীসকলক বচাব পাৰি এই সন্দৰ্ভত মক ড্ৰীলৰ ব্যৱস্থা কৰিছিল প্ৰশাসনে।গুৱাহাটী,উত্তৰ গুৱাহাটী মাজত যাতায়তৰ সুবিধাৰ বাবে মুকলি হোৱা এই সেৱা পুনৰ মুকলি হোৱাত যাত্রীসকল সময় অপচয়ৰ পৰা ৰক্ষা পৰিব।
Trending
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন