কাজিৰঙালৈ আহিব অক্ষয় কুমাৰ

0 243

কাজিৰঙালৈ আহিব বলিউডৰ অভিনেতা অক্ষয় কুমাৰ।কাজিৰঙাৰ উদ্যান কৰ্তৃপক্ষই অলপতে এখন পত্ৰ যোগে আমন্ত্ৰণ কৰিছে।
 
উল্লেখযোগ্য যে ২০১৯চনত হোৱা প্ৰলয়ংকাৰী বানত জীৱ জন্তুৰ দুৰ্দশা দেখি ব্যথিত হৈ পৰিছিল যাৰ বাবে অসমলৈ ১কোটি টকা অনুদান আগবঢ়াইছিল।
অনুদানৰ অংশৰে বান্দৰ ডুবিত এটা হাইলেণ্ড, এন্টি পুছিং কেম্প, অত্যাধুনিক নাও, বন শিবিৰৰ মেৰামতি ,দলং নিৰ্মাণ আদি কামত ব্যৱহাৰ হ’ব।ছুপাৰষ্টাৰ জনে আগবঢ়োৱা ধনৰাশি কি দৰে ব্যৱহাৰ হ’ব সেয়া চাবলৈ অভিনেতা জনক আমন্ত্ৰণ জনাইছে বুলি উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিছে।

Leave A Reply

Your email address will not be published.