অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত কাঁহিকুছিৰ কামৰূপ কৃষি বিজ্ঞান কেন্দ্রৰ উদ্যোগত আৰু মুৰব্বী ড° ধীৰেন কলিতাৰ সহযোগত ক’ভিডৰ নিয়ম মানি আই চি এ আৰ প্রতিষ্ঠা দিৱস আজি অনুষ্ঠিত হয়। এই উপলক্ষে মোৰ গাঁও মোৰ গৌৰৱ ‘কড়ৰা গড়ভিতৰ’ আৰু পশ্চিম বড়িগোগ ‘বালিসত্ৰ’ হাইস্কুলত ৩০ জনৰো অধিক কৃষক আৰু যুৱকৰ মাজত বৃক্ষ ৰোপণ, নেমুপুলি বিতৰণ, উদ্যান শস্যৰ ৰোপণ পদ্ধতি প্রদৰ্শন আৰু জল শক্তি অভিযানৰ সজাগতা উদ্যান শস্য বিশেষজ্ঞা দৰদী প্রিয়ম দুৱৰাই আগবঢ়ায়।এই অনুষ্ঠানত গাঁও পঞ্চায়ত সভাপতি দুলু ভূঞাই বৃক্ষ ৰোপণত অংশ গ্ৰহণ কৰে। উক্ত অনুষ্ঠানত পথাৰ শস্য বিশেষজ্ঞা ৰিজৱানুল হেলিমে পথাৰ শস্যত জল সংৰক্ষণ বিষয়ে উল্লেখ কৰে।
Trending
- গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি
- আগন্তুক দিনত ৰাজ্যত পুনৰ গাজনি, ঢেৰেকনি , বজ্ৰপাত , ধুমুহাৰ সৈতে প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা
- ৰাণীৰ জয়পুৰত বন বিভাগৰ উদ্যোগত বিশ্ব ধৰিত্ৰী দিৱস পালন
- খানামুখত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত “মায়াবিনী ৰাতি” শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান
- অসম বন বিদ্যালয়ত বন্যপ্ৰাণী বিশেষজ্ঞ ডঃ আনোৱাৰুদ্দিন চৌধুৰীৰ গ্ৰন্থ ‘ৱাৰ্ডছ অৱ দীপৰ বিল’ উন্মোচন
- ৰাষ্ট্ৰীয় অসামৰিক সেৱা দিৱস পালন
- নতুন দিল্লীত অসম এছ’চিয়েচনৰ উদ্যোগত ৰঙালী বিহু উদযাপন
- প্ৰাকৃতিক পৰিবেশত দেৱকান্ত বৰদলৈৰ গ্ৰন্থ অতীতৰ সন্ধানত- ৪ৰ্থ খণ্ড উন্মোচন
- ৩৫তম কাৰ্বি দেহাল কাৰ্চিদম উৎসৱৰ প্ৰস্তুতি
- ৰঙালী বিহু ২০২৬ উপলক্ষে বৃদ্ধাশ্ৰম আৰু শিশু যত্ন প্ৰতিষ্ঠানত টপচেম চিমেণ্টৰ আনন্দ উৎসৱ উদযাপন