অহা ২৪ জানুৱাৰীত দেশজুৰি পালন হবলগীয়া ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু মহিলা শিশু বিকাশ বিভাগে ৰূপায়ন কৰা সপ্তাহজোৰা কাৰ্যসূচীৰ অংশ হিচাপে আজি বেতকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এখনি জিলা পৰ্য্যায়ৰ আন্তঃ বিদ্যালয় কাবাডি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। জিলাখনৰ শিক্ষা বিভাগ তথা ক্ৰীড়া বিষয়াৰ কাৰ্য্যালয়ৰ সহযোগিতাত আয়োজিত উক্ত কাবাডি প্ৰতিযোগিতাত জিলা খনৰ বিভিন্ন বিদ্যালয়ৰ প্ৰায় ১৪০গৰাকী ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।দলৰ মাজত অনুষ্ঠিত হোৱা উক্ত প্ৰতিযোগিতাত বেতকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দল জয়ী হয়।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি