১২ মে’ৰ পৰা ১৪ মে’লৈ হৈ যোৱা উত্তৰ প্ৰদেশৰ নয়ডা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় কোকৰাঝাৰ জিলাৰ গোসাইগাওঁ মহকুমাৰ কচুগাওঁস্থিত ইছলামপুৰৰ ডেনা হাসডাই। স্কুলীয়া জীৱনৰ পৰাই হাসডাই জিলা পৰ্যায়ত,ৰাজ্যিক পৰ্যায়ত প্ৰতিযোগিতা আৰু পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিযোগিতাত পদক লাভ কৰে।আজি ডেনা হাসদাৰ ঘৰত উপস্থিত হৈ গাৱৰ ৰাইজে সম্বৰ্ধনা জ্ঞাপন কৰে।
Trending
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ