অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ ২০২১ বৰ্ষৰ কৃষক আৰু বজাৰৰ সংযোগী শাখাত ৰাষ্ট্ৰীয় Krishi Alert ২০২১ বঁটা আগবঢ়োৱা হৈছে। যোৱা ইং ১৩ নৱেম্বৰ ২০২১ তাৰিখে ভাৰ্চুৱেলভাৱে এই বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। ভাৰতীয় কৃষি গৱেষণা সংস্থান, হাইদৰাবাদস্থিত MANAGE, নীতি আয়োগ, চেতনা বিকাশ স্বৰাজ্য ট্ৰাষ্ট আৰু কৃষি সামগ্ৰী ৰপ্তানি উন্নয়ন আয়োগ (APEDA) ৰ পৰা সদস্য হিচাপে থকা জুৰিসকলে দেশৰ মুঠ ৩০০ কৃষি বিজ্ঞান কেন্দ্ৰৰ মাজৰ পৰা কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপ এই সন্মানীয় বঁটাৰ বাবে বিবেচিত হয়। এই বঁটাত নগদ প্ৰশস্তি পত্ৰৰ লগতে নগদ ১১০০০ টকা আগবঢ়োৱা হৈছে।
Trending
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা