ক’ৰণা ভাইৰাছৰ প্ৰতিষেধক উলিওৱাৰ প্ৰচেষ্টা আই আই টিৰ গৱেষকৰ

0 514

সমগ্ৰ বিশ্বতে ক’ৰণা ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰা সময়তে গুৱাহাটী আই আই টিৰ এদল গৱেষকে ক’ৰণা ভাইৰাছৰ প্ৰতিষেধক উলিওৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।
 
 
আই আই টিৰ বায়’চাইন্স আৰু বায়’ ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক শচীন কুমাৰৰ নেতৃত্বত এটা দলে এই গৱেষণাত ব্ৰতী হৈ  আছে।
 
 
আনহাতে ভাইৰাছৰ সংক্ৰমণক প্ৰতিহত কৰাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনাৰ আধাৰত  আই আই টিৰ ড:সুপ্ৰদীপ দাসৰ নেতৃত্বত এটা দলে মাস্ক প্ৰস্তুত কৰিছে ।

Leave A Reply

Your email address will not be published.