ক’ৰণা ভাইৰাছৰ আতংকই সৰ্বত্ৰে গ্ৰাস কৰিছে ।ক’ৰণা ভাইৰাছৰ সজাগতাৰ সম্পৰ্কত আজি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত এখন সংবাদ মেল আয়োজন কৰে।সংবাদ মেলত মন্ত্ৰীগৰাকীয়ে সদৰী কৰে যে অসমত বৰ্ত্তমানলৈকে ৪১ গৰাকী লোকক আছুতীয়াকৈ ৰখা হৈছে।অসমৰ ৪খন হস্পিতালত আই চি এম আৰৰ ব্যৱস্থা কৰা হৈছে ।লগতে ৰাজ্যবাসীক সৰ্তকতা অৱলম্বন কৰিবলৈ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে আহ্বান জনায়।অসমৰ ৫৭ গৰাকী ব্যক্তিক ক’ৰণাৰ সন্দেহত স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে।ৰাজ্যখনত ক’ৰণা ভাইৰাছৰ সজাগতামূলক অভিযান অব্যাহত আছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram