আজি ২ অক্টোবৰ, মহামানৱ মহাত্মা গান্ধীৰ জন্মদিন।গান্ধী এগৰাকী মহান নেতাৰ লগতে এগৰাকী সমাজ সংস্কাৰ আছিল।তেখেতে সকলো ধৰ্মীয় লোক সন্মান কৰাৰ লগতে সকলো ভাষাকে সন্মান কৰিছিল।অহিংস নীতিক জীৱনৰ মূলমন্ত্ৰ হিচাপে লৈ বৃটিছ বিৰুদ্ধে অসহযোগ আন্দোলন,সত্যাগ্ৰহ আন্দোলন চলাই গৈছিল।তেখেতে এনে কিছুমান বাণী কৈছিল -ব্যক্তি নিজৰ বিচাৰৰ দ্বাৰা চলিত জীৱ,যি ভাবে সেই ভাবে হৈ যায়।পাপক ঘৃণা কৰিবা, পাপীক নহয়।লগতে কৈছিল আমি যাক পূজা কৰো,তেওঁৰ প্ৰতিয়েই সন্মান আহে।এই গৰাকী মহামানৱৰ ১৫২ বছৰীয়া জন্মদিনত শ্ৰদ্ধাৰে সুঁৱৰিছো।
Trending
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা