বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত, দিনক-দিনে বৃদ্ধি পোৱা যাত্ৰীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি, বিমানকোঠ কতৃপক্ষই কেতবোৰ সহজতে উপলব্ধ হোৱা সেৱাৰ ব্যবস্থা কৰিছে। তাৰ ভিতৰত অন্যতম হৈছে প্ৰস্থান কক্ষৰ বাহিৰত এখন ফলকত বিমানকোঠত সকলো বিমান সেৱাৰ অধীনত থকা ‘হুইল চেয়াৰ’ সেৱাৰ ফোন নম্বৰ সমূহ তালিকা আকাৰত প্ৰদৰ্শন কৰা হৈছে। এতিয়াৰ পৰা যাত্ৰী সকলে প্ৰস্থান কক্ষৰ বাহিৰৰ পৰাই উক্ত নম্বৰ সমূহত ফোন কৰি এই সেৱা গ্ৰহণ কৰিব পাৰিব বুলি বৰঝৰ বিমান বন্দৰ কৰ্তৃপক্ষই জানিবলৈ দিছে।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি