গোলাঘাট ফণীধৰ বৰদলৈ হাইস্কুলৰ সৌজন্যত কালিৰে পৰা তিনি দিনীয়াকৈ লোক কলাৰ এক কৰ্মশালা অনুষ্ঠিত হৈছে। কৰ্মশালা শুভাৰম্ভ অনুষ্ঠানটোত সঞ্চালনা কৰে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি বিবেকানন্দ শৰ্মাই।ৰূপজ্যোতি ফুকন আৰু ৰূপামুদ্ৰা ভট্টাচাৰ্যই আঁত ধৰা সভাখনি সমল ব্যক্তি লোককৃষ্টি সাধক ৰুমী শইকীয়া আৰু প্ৰসিদ্ধ ঢুলীয়া শিল্পী তুখেশ্বৰ বৰাক কৰ্মশালা আয়োজক সমিতিয়ে গামোচাৰ সম্বৰ্ধনা জনায়।কৰ্মশালা বিশদ বিৱৰণ আৰু লক্ষ্য উদ্দেশ্য বিষয়ে অৱগত কৰে প্ৰশিক্ষক শিক্ষয়েত্ৰী কেৰীমা চুলতানাই। বিদ্যালয় প্ৰধান শিক্ষক উজ্জ্বল বৰুৱাকে ধৰি শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰী সকল উপস্থিত থকা অনুষ্ঠানত প্ৰত্যেক গৰাকী সমল ব্যক্তিয়ে বক্তব্য আগবঢ়ায়।
Trending
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ