মহানগৰীৰ আদাবাৰী তিনিআলি কামাখ্যা নগৰৰ বাসিন্দা সুব্ৰত চক্ৰৱৰ্তী আৰু দিপশিখা চক্ৰৱৰ্তীৰ কন্যা তথা প্ৰয়াত মনোহাৰাম চক্ৰৱৰ্তী আৰু অনিমা চক্ৰৱৰ্তীৰ নাতিনী সৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে কটন বিশ্ববিদ্যালয়ৰ পৰা এম এ পৰীক্ষাত ৰাজনীতি বিজ্ঞান বিভাগত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয় । ছাত্ৰী গৰাকীৰ সাফল্যত উৎফুল্লিত হৈ পৰে পৰিয়ালৰ আত্মীয় স্বজনকে ধৰি কামাখ্যা নগৰবাসী । যাৰ বাবে ছাত্ৰী গৰাকীৰ উজ্বল ভবিষ্যত কামনা কৰি সকলোৱে শুভেচ্ছা জ্ঞাপন কৰে ।
Trending
- গুৱাহাটী প্ৰেছ ক্লাবত বহুভাষিক দুমহীয়া আলোচনী মহাৰ্ণৱৰ পঞ্চম বৰ্ষপূৰ্তি পালন
- পৰ্যটনৰ কোনো পৰিধি নাই- পৰ্যটন বিভাগটোক আৰু অধিক উজ্জীৱিত ৰূপত তুলি ধৰাৰ বাবে সংঘবদ্ধ হৈ কাম কৰাৰ আহ্বান পৰ্যটন মন্ত্ৰীৰ
- বনভোজ-নতুন বছৰৰ উৎসৱৰ সময়ত নীতি-নিদেৰ্শনা মানিহে গাড়ী চলোৱাৰ আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্তৰ
- সৰুসজাই ক্ৰীড়া প্ৰকল্পতএই মহা আয়োজন বিশ্বমানৰ হোৱাৰ ওপৰত গুৰুত্ব সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ
- ঢেকিয়াজুলি সমষ্টিৰ ৫,১৩০ টা পৰিয়ালৰ ২৭,৭৮৩ গৰাকী নতুন হিতাধিকাৰীৰ মাজত ৰেছন কাৰ্ড বিতৰণ
- ডিমৰীয়াত পৰিবহণ বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলিত সেৱা কাৰ্যসূচী
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যোগত শ্ৰী শ্ৰীমহাকালেশ্বৰ মন্দিৰৰ পৰ্যটনৰ সম্ভাৱনীয়তা বিষয়ক আলোচনা
- গোৱালপাৰা জিলাত ‘বিকাশৰ ১২ দিন’ শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী অশোক সিংহলৰ
- সকলো শ্ৰেণীৰ বাহনৰ নথিপত্ৰ সঠিক কৰি ৰাখি সুৰক্ষিত যাতায়াত অব্যাহত ৰখাৰ আহ্বান পৰিবহণ বিভাগৰ
- ৰাজ্যৰ মুগা কৃষকক মূগালাটৰ যোগান ধৰিব খানাপাৰাৰ চৰকাৰী সঁচ পামে