ছাত্ৰীৰ সাফল্য

0 295

মহানগৰীৰ আদাবাৰী তিনিআলি কামাখ্যা নগৰৰ বাসিন্দা সুব্ৰত চক্ৰৱৰ্তী আৰু দিপশিখা চক্ৰৱৰ্তীৰ কন্যা তথা প্ৰয়াত মনোহাৰাম চক্ৰৱৰ্তী আৰু অনিমা চক্ৰৱৰ্তীৰ নাতিনী সৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে কটন বিশ্ববিদ্যালয়ৰ পৰা এম এ পৰীক্ষাত ৰাজনীতি বিজ্ঞান বিভাগত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয় । ছাত্ৰী গৰাকীৰ সাফল্যত উৎফুল্লিত হৈ পৰে পৰিয়ালৰ আত্মীয় স্বজনকে ধৰি কামাখ্যা নগৰবাসী । যাৰ বাবে ছাত্ৰী গৰাকীৰ উজ্বল ভবিষ্যত কামনা কৰি সকলোৱে শুভেচ্ছা জ্ঞাপন কৰে ।

Leave A Reply

Your email address will not be published.