ব্ৰক্ষ্মপুত্ৰ নদীক লৈ ৰাজ্যৰ নদী পৰ্যটনৰ ক্ষেত্ৰখনক এক নতুন মাত্ৰা দিয়াৰ উদ্দেশ্যেৰে ভাৰতীয় আভ্যন্তৰীণ জল প্ৰাধিকৰণ আৰু অসম চৰকাৰৰ গুৱাহাটী উন্নয়ন বিভাগে এক যৌথ প্ৰয়াস কৰিছে।এই প্ৰয়াসৰ অংশ হিচাপে সোমবাৰে দুপৰীয়া গুৱাহাটীৰ পাণ্ডুঘাটৰ পৰা বাংলাদেশ হৈ ব্ৰক্ষ্মপুত্ৰৰে কলকতাত ইণ্ডো বাংলাদেশ প্ৰটকল ৰুটত পৰ্যটকৰ লৈ বিলাসী জাহাজ এম ভি মহাবাহুৰ যাত্ৰা আৰম্ভ কৰিছে ।৬গৰাকী বৃট্ৰিছ আৰু ২দুগৰাকী ভাৰতীয়সহ পৰ্যটককলৈ যাত্ৰা আৰম্ভ কৰা পঞ্চতাৰকাযুক্ত বিলাসী জাহাজ খন ১৬দিনৰ বাবে কলিকতাত উপস্থিত হ’ব।অনুষ্ঠানত গুৱাহাটী উন্নয়ন বিভাগৰ সচিব মণিন্দৰ সিং, আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ সঞ্চালক ৰাহুল দাস,মলয় বৰাকে আদি কৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে ।
Trending
- পৰ্যটনৰ কোনো পৰিধি নাই- পৰ্যটন বিভাগটোক আৰু অধিক উজ্জীৱিত ৰূপত তুলি ধৰাৰ বাবে সংঘবদ্ধ হৈ কাম কৰাৰ আহ্বান পৰ্যটন মন্ত্ৰীৰ
- বনভোজ-নতুন বছৰৰ উৎসৱৰ সময়ত নীতি-নিদেৰ্শনা মানিহে গাড়ী চলোৱাৰ আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্তৰ
- সৰুসজাই ক্ৰীড়া প্ৰকল্পতএই মহা আয়োজন বিশ্বমানৰ হোৱাৰ ওপৰত গুৰুত্ব সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ
- ঢেকিয়াজুলি সমষ্টিৰ ৫,১৩০ টা পৰিয়ালৰ ২৭,৭৮৩ গৰাকী নতুন হিতাধিকাৰীৰ মাজত ৰেছন কাৰ্ড বিতৰণ
- ডিমৰীয়াত পৰিবহণ বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলিত সেৱা কাৰ্যসূচী
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যোগত শ্ৰী শ্ৰীমহাকালেশ্বৰ মন্দিৰৰ পৰ্যটনৰ সম্ভাৱনীয়তা বিষয়ক আলোচনা
- গোৱালপাৰা জিলাত ‘বিকাশৰ ১২ দিন’ শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী অশোক সিংহলৰ
- সকলো শ্ৰেণীৰ বাহনৰ নথিপত্ৰ সঠিক কৰি ৰাখি সুৰক্ষিত যাতায়াত অব্যাহত ৰখাৰ আহ্বান পৰিবহণ বিভাগৰ
- ৰাজ্যৰ মুগা কৃষকক মূগালাটৰ যোগান ধৰিব খানাপাৰাৰ চৰকাৰী সঁচ পামে
- এ এছ এছ টিত পলিমাৰ আৰু উন্নত কাৰ্যকৰী সামগ্ৰী বিষয়ক ৰাষ্ট্ৰীয় সন্মিলনৰ সামৰণি