জাতীয় পোচাকেৰে শ্ৰদ্ধা জনালে

0 247

বিহু বতৰৰ এখন ভাল লগা চিত্ৰ।যিখন চিত্ৰ  দেখি প্ৰত্যেকজন অসমীয়াই গৌৰৱ কৰে।প্ৰত্যেকবাৰৰ দৰে  এইবাৰো বিহুত পৰম্পৰাগত সাজপাৰ পৰিধান কৰি পে’ট্ৰল পাম্পৰ কৰ্মচাৰী সকলে কৰ্তব্য সম্পাদন কৰিছে।গোৱালপাৰা জিলাৰ কৃষ্ঞাইৰ এটা পে’ট্ৰল পাম্পৰ কৰ্মচাৰী সকলে অসমীয়া সাজপাৰ পৰিধান কৰি কালি এনেদৰে কৰ্তব্য সম্পাদন কৰা চিত্ৰই চ’চিয়েল মেডিয়াত বিশেষ চৰ্চা লাভ কৰিছে ।জানিব পৰা মতে তেওঁলোকে পে’ট্ৰল ভৰাবলৈ অহা প্ৰত্যেকজন ব্যক্তিক অসমীয়া জলপানেৰে আপ্যায়ন কৰিছিল।

Leave A Reply

Your email address will not be published.