জামুগুৰিহাটত ষ্টেট বেংকৰ ব্যতিক্ৰমী কাৰ্যসূচী

0 251

কণ্যকা বহুমুখী কৃষি পামত ভাৰতীয় ষ্টেট বেংকৰ উদ্যোগত শুক্ৰবাৰে সন্ধা অনুষ্ঠিত হৈ যায় কৃষক সন্মিলন। শুক্ৰবাৰে সন্ধিয়া “এক ৰাত অন্নদাতা কা সাথ”শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠানৰ জৰিয়তে কৃষক সকলৰ সৈতে মতবিনিময় কৰাৰ লগতে অঞ্চলটোৰ কেইবাজনো আদৰ্শ কৃষকক সম্বৰ্ধনা জনায় । কৃষক সকলৰ বাবে এচ বি আইয়ে গ্ৰহণ কৰা বিভিন্ন আঁচনি সন্দৰ্ভত সজাগ কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই অনুষ্ঠানত এচ বি আইৰ কেইবাগৰাকী উচ্চ পদস্থ বিষয়া উপস্থিত থকাৰ উপৰিও অনুষ্ঠানটোত বিধায়ক পদ্ম হাজৰিকাই অংশগ্ৰহণ কৰে।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.