আজি শিল্পী জুবিন গাৰ্গৰ জোলালীস্থিত ষ্টুডিঅ’ত HD Entertainmentৰ উদ্যোগত চি এম ডি হিৰকজ্যোতি ভূঞা আৰু ডিম্পল বৰুৱাৰ প্ৰযোজনাত, শিল্পী অনুপম শইকীয়াৰ পৰিচালনাৰে অনুষ্ঠিত হ’বলগীয়া Idol of Assam (voice of zubeens music), Season-1 শীৰ্ষক ৰিয়েলিটি শ্ব’ৰ বেনাৰ উন্মোচন তথা এখনি সংবাদ মেল অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানৰ আৰম্ভণিতে বিশিষ্ট ব্যক্তিৰ চিনাকী পৰ্বৰ পিছতে বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰা হয়। বন্তি প্ৰজ্বলন কাৰ্যসূচীত অংশগ্ৰহণ কৰে HD entertainment ৰ চেয়াৰপাৰ্চন ৰূপেশ্বৰ ভূঞাই।লগতে জুবিন গাৰ্গৰ গীতকলৈ অনুষ্ঠিত হ’বলগীয়া Idol of Assam (voice of zubeens music), Season1 ৰ বিষয়ে উপস্থিত সংবাদ মাধ্যমক অৱগত কৰে শিল্পী দুয়োগৰাকীয়ে।
Trending
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন