জোনমণি ৰাভাৰ মাতৃৰ সাক্ষ্য গ্রহণ ডি আই জিৰ

0 221

জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে চিবিআইয়ে। ডিআইজি লাভলী কাটিয়াৰৰ নেতৃত্বত চিবিআইৰ দলটোৱে তদন্ত অব্যাহত ৰাখিছে।

আজি জোনমণি ৰাভাৰ মাতৃৰ সাক্ষ্য গ্ৰহণ কৰিছে ডিআইজি লাভলী কাটিয়াৰে।উল্লেখ্য যে সাক্ষ্য গ্রহণৰ বাবে গুৱাহাটীৰ পৰা নগাঁৱৰ আৱৰ্ত ভৱনলৈ চিবিআইৰ বাহনত সুমিত্ৰা ৰাভাক নিয়া হয়।জোনমণিৰ ৰহস্য জনক মৃত্যু তদন্ত কৰিবলৈ চি বি আইক দাবী পৰিয়ালৰ লোকে দাবী উত্থাপন কৰিছিল।

Leave A Reply

Your email address will not be published.