কাৰুশিল্প আৰু ক্ষুদ্ৰ উদ্যোগীসকলৰ উন্নয়নৰ উদ্দেশ্যে টাটা ট্ৰাষ্টে প্ৰথম ২১ নৱেম্বৰত ইয়াৰ কাৰুশিল্প ভিত্তিক জীৱিকা কাৰ্যক্ৰমৰ অধীনত কামৰূপৰ বিজয়নগৰ ভাগৱতীপাৰাৰ মাধৱদেৱ ছোৱালী হাইস্কুলৰ বিপৰীতে থকা টাটা ট্ৰাষ্টৰ এটা ইনকিউবেচন এণ্ড ডিজাইন চেণ্টাৰ মুকলি কৰে। প্রথম পৰ্য্যায়ত অসমকে দেশৰ উৰিষ্যা আৰু নাগালেণ্ডতো এনে ধৰণৰ তিনিটা চেণ্টাৰ মুকলি কৰাৰ লগতে দেশত মুঠ ছয়টা এনে চেণ্টাৰ মুকলি কৰা হ’ব টাটা ট্ৰাষ্টৰ তৰফৰ পৰা জনাইছে । আনহাতে এই চেণ্টাৰ সমূহত মহিলা সকলক বোৱা -কটা,বজাৰ পদ্ধতি , কম্পিউটাৰৰ প্ৰাৰম্ভিক শিক্ষাও প্ৰদান কৰা হ’ব জনাইছে টাটা ট্ৰাষ্টে।
Trending
- পৰ্যটনৰ কোনো পৰিধি নাই- পৰ্যটন বিভাগটোক আৰু অধিক উজ্জীৱিত ৰূপত তুলি ধৰাৰ বাবে সংঘবদ্ধ হৈ কাম কৰাৰ আহ্বান পৰ্যটন মন্ত্ৰীৰ
- বনভোজ-নতুন বছৰৰ উৎসৱৰ সময়ত নীতি-নিদেৰ্শনা মানিহে গাড়ী চলোৱাৰ আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্তৰ
- সৰুসজাই ক্ৰীড়া প্ৰকল্পতএই মহা আয়োজন বিশ্বমানৰ হোৱাৰ ওপৰত গুৰুত্ব সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ
- ঢেকিয়াজুলি সমষ্টিৰ ৫,১৩০ টা পৰিয়ালৰ ২৭,৭৮৩ গৰাকী নতুন হিতাধিকাৰীৰ মাজত ৰেছন কাৰ্ড বিতৰণ
- ডিমৰীয়াত পৰিবহণ বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলিত সেৱা কাৰ্যসূচী
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যোগত শ্ৰী শ্ৰীমহাকালেশ্বৰ মন্দিৰৰ পৰ্যটনৰ সম্ভাৱনীয়তা বিষয়ক আলোচনা
- গোৱালপাৰা জিলাত ‘বিকাশৰ ১২ দিন’ শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী অশোক সিংহলৰ
- সকলো শ্ৰেণীৰ বাহনৰ নথিপত্ৰ সঠিক কৰি ৰাখি সুৰক্ষিত যাতায়াত অব্যাহত ৰখাৰ আহ্বান পৰিবহণ বিভাগৰ
- ৰাজ্যৰ মুগা কৃষকক মূগালাটৰ যোগান ধৰিব খানাপাৰাৰ চৰকাৰী সঁচ পামে
- এ এছ এছ টিত পলিমাৰ আৰু উন্নত কাৰ্যকৰী সামগ্ৰী বিষয়ক ৰাষ্ট্ৰীয় সন্মিলনৰ সামৰণি