ডায়েবেটিছ ৰোগক প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কেনেদৰে কৰিব পাৰি ডায়েবেটিছ চুপাৰ স্পেচিয়েলিটি হস্পিতাল চানভেলি ডায়েবেটিছ হস্পিতাল চানভেলি ডায়েবেটিক কেয়াৰ আৰু ৰিৰ্চাছ চেণ্টাৰে বিশ্ব ডায়েবেটিক দিৱস গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদ মেল আয়োজন কৰে।এই বছৰৰ ডায়েবেটিছ দিৱসৰ থীম হ’ল ডায়েবেটিছ পৰিয়াল আৰু ডায়েবেটিছ।চানভেলি হস্পিতালৰ সঞ্চালক ডক্টৰ সুধীৰ কুমাৰ জৈনে জনায় যে ডায়েবেটিছ আক্ৰান্ত ৰোগীয়ে নিজৰ ভৰি দুখনৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়।ডায়েবেটিছ ৰোগৰ বাবে প্ৰতি ৩০চেকেণ্ডত এজন ৰোগীয়ে ভৰি কাটিব লগীয়া হয়।উল্লেখযোগ্য যে ইতিমধ্যে হস্পিতালৰ তৰফৰ পৰা ২০০তকৈ অধিক স্বাস্থ্য শিবিৰ আয়োজন কৰিছে।নলবাৰী,বৰপেটাৰোড,দৰংগা উপকেন্দ্ৰ স্থাপন কৰি ডায়েবেটিছ ৰোগৰ চিকিৎসা সেৱা আগবঢ়ায় আহিছে ।অহা ১৪নবেম্বৰত চানভেলি হস্পিতালৰ চৌহদত বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছে জানিব পৰা গৈছে।
Trending
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি