ডিফু চৰকাৰী মহাবিদ্যালয়ে আঁজুৰিলে শ্ৰেষ্ঠ সন্মান

0 196

অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ডিফু চৰকাৰী মহাবিদ্যালয়ে অসমৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ মূল্যায়ন মণ্ডল হিচাপে সন্মান পাইছে।উল্লেখযোগ্য যে ১৪৩খন মূল্যায়ন মণ্ডলৰ ভিতৰত ডিফু চৰকাৰী মহাবিদ্যালয়ে শ্ৰেষ্ঠ সন্মান আজুৰি আনিবলৈ সক্ষম হৈছে ।বুধবাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সাংসদৰ আমন্ত্ৰণ ক্ৰমে মহাবিদ্যালয় খনৰ ইংৰাজী আৰু ৰসায়ন বিভাগৰ প্ৰৱক্তাই এই সন্মান গ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.