স্ব উদ্ভাৱনী শক্তিৰে ড্ৰন সাজি উলিয়ালে এইখন অসমৰে এজন কিশোৰে। কিশোৰ জনৰ নাম অবিনাশ ভূঞা।গহপুৰ প্ৰয়াত পদ্মেশ্বৰ ভূঞা আৰু বিউতি ভূঞাৰ সুযোগ্য সন্তান অবিনাশ ভূঞাই ইউটিউবৰ সহায় লৈ এটা ড্ৰন সাজি উলিয়াইছে।জানিব পৰা মতে এই ড্ৰন কেমেৰা সাজি উলিয়াওতে ব্যয় হৈছিল ১৪ হাজাৰ টকা।যোৱা মঙলবাৰে তেওঁ পৰীক্ষামূলক ভাৱে ৰিম’ট কণ্ট্ৰলৰ ড্ৰনটো সংবাদ মাধ্যমৰ আগত উৰুৱাই দেখায়।উল্লেখযোগ্য যে অনাগত দিনত তেওঁ যন্ত্ৰচালিত চৰাই সাজি আকাশত উৰুৱাৰ পৰিকল্পনা আছে।অবিনাশৰ এই সপোন বাস্তৱায়িত হওক আমি জনালোঁ অলেখ শুভকামনা।
Trending
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা