দাদা চাহেব ফাল্কে বঁটা অমিতাভ বচ্চনলৈ

0 274

চুপাৰষ্টাৰ অমিতাভ বচ্চনলৈ আগবঢ়াইছে চলচিত্ৰৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা ।ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে এই কথা কালি ঘোষণা কৰিছে।১৯৬৯ চনৰ পৰা এই বঁটা ভাৰত চৰকাৰে  প্ৰদান কৰি আহিছে ।এই বঁটাত আছে এটা স্বৰ্ণ কমল মেডেল, এখন শ্বল আৰু নগদ ধন ৰাশি ।

Leave A Reply

Your email address will not be published.