দেশৰ পৰৱৰ্তী সেনাবাহিনীৰ মুৰব্বী লেফটেনেন্ট জেনেৰেল মনোজ পাণ্ডে

0 215

দেশৰ পৰৱৰ্তী সেনাবাহিনীৰ মুৰব্বী লেফটেনেন্ট জেনেৰেল হ’ব মনোজ পাণ্ডে। জানিব পৰা মতে অহা মে’ মাহৰ ১ তাৰিখে  তেখেতে দায়িত্ব ভাৰ গ্ৰহণ কৰিব। উল্লেখযোগ্য যে এম এম নাৰাৱানেৰ কাৰ্যকাল অহা ৩০এপ্ৰিলত সামৰণি পৰিব।
ভাৰতীয় সেনাবাহিনীৰ মুৰব্বী হিচাপে নিযুক্তি পোৱা মনোজ পাণ্ডে হৈছে ক’ৰ অৱ ইঞ্জিনীয়াৰ্ছৰ প্ৰথম গৰাকী বিষয়া।

Leave A Reply

Your email address will not be published.