দেশৰ সকলোতকৈ ডাঙৰ পৰিয়াল হিচাপে চিহ্নিত হৈছে মিজোৰামৰ চানাৰ পৰিয়াল।১৮১ জন সদস্যৰে চানাৰ পৰিয়াল গঠিত।মিজোৰামৰ বাক্তাৱাঙত এটা ঘৰত চামাৰ পৰিয়াল থাকে।জিঅ’না চানা নামৰ ব্যক্তিজনৰ ৩৯গৰাকী পত্নীয়ে এই পৰিয়াল গঠন হৈছে।১০০টা ৰুমৰ কোঠালিত চানাৰ পৰিয়ালৰ সদস্য সকল থাকে।তেওঁলোকে যথেষ্ট মিলা প্ৰীতিৰে বসবাস কৰে।চানাৰ সমূহ পত্নী একোটা কোঠাত থকাৰ বিপৰীতে চানাৰ আছুতীয়া কোঠা আছে।প্ৰতিগৰাকী পত্নীয়ে চানাক সমানে মৰম ,সন্মান কৰে।দৈনিক ১০০কে জি চাউলে চানাৰ ঘৰত খানা প্ৰস্তুত হয়।চানাৰ প্ৰথমা পত্নীয়ে সমস্ত ঘৰৰ কাম তদাৰক কৰাৰ লগতে কনিষ্ঠ তথা নতুন পত্নীয়ে চানাৰ লগত সময় অতিবাহিত কৰে।জানিব পৰা মতে চানাই শেহতীয়াকৈ এখন স্কুল প্ৰতিষ্ঠা কৰিছে।যি সময়ত একক পৰিয়ালৰ ধাৰণা সমগ্ৰ দেশতে বিৰল হৈ পৰিছে, সেই সময়ত চানাৰ পৰিয়াল একক হৈ জিলিকিছে।
Trending
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ উদ্যোগত মালিগাঁৱত “হেঁপাহৰ ভোগালী” শীৰ্ষক অনুষ্ঠান
- আজি ইউনেস্ক’ৰ মুখ্য কাৰ্যালয়ত চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰমাণ পত্ৰ গ্ৰহণ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ সৰ্বভাৰতীয় আন্তঃমণ্ডল গুৱাহাটী ক্ৰিকেট প্ৰতিযোগিতাত পশ্চিম মণ্ডল চেম্পিয়ন
- মহানগৰীত ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহৰ ব্যতিক্ৰমী অনুষ্ঠান পৰিবহণ বিভাগৰ
- কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ সজাগতা সভা
- চাকৰি এৰি ব্যৱসায়েৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে প্ৰশান্তমণিয়ে
- সৰ্বভাৰতীয় অসামৰিক সেৱাৰ বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ সোণ আৰু ব্ৰঞ্জৰ পদক লাভ
- Bureau of Indian Standards Celebrates 78th Foundation Day at Guwahati
- বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত এটা বছৰত ৬,৫১৯ টা গৰু জব্দ , ৯৭ জন ভাৰতীয় আৰু ৩৬ জন বাংলাদেশী চোৰাং কাৰবাৰীক গ্ৰেপ্তাৰ বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ
- ৫ জানুৱাৰীত ১৩ সংখ্যক বেদান্ত বাচস্পতি ৰাধানাথ ফুকন স্মাৰক বক্তৃতা