নগাঁৱ জিলা সাহিত্য সভালৈ কবি পৰাণ কুমাৰ বৰুৱা নিৰ্বাচিত

0 277

অসমৰ ভাষা-সাহিত্যৰ সু-বৃহৎ অনুষ্ঠান অসম সাহিত্য সভাৰ নগাঁও জিলাৰ ২০২০-২২ বৰ্ষৰ বাবে সভাপতি হিচাপে নিৰ্বাচিত হৈছে নগাঁৱৰ বিশিষ্ট কবি, সমালোচক পৰাণ কুমাৰ বৰুৱা। গণতান্ত্রিক প্ৰক্ৰিয়াৰে ২১ ডিচেম্বৰত নগাঁও জিলা সাহিত্য সভাৰ কমলা দেৱী টোডি স্মৃতি ভৱনত ভোট গণনাৰ অন্তত সভাপতি গৰাকীৰ লগতে জিলাখনৰ উপ সভাপতি হিচাপে থগিত চন্দ্ৰ মহন্ত আৰু সম্পাদক হিচাপে ৰেৱত কুমাৰ হাজৰিকা নিৰ্বাচিত হয়।খবৰ যুগুতালে নগাৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে..

Leave A Reply

Your email address will not be published.