লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিশেষভাৱে সষ্টম হোৱা পৰিলক্ষিত হৈছে কিছু সংখ্যক দল সংগঠন ।গল্ড গ্ল’বেল অৰ্গনাইজেচন ফৰ লাইফ ডেভেলপমেন্ট আৰু কৈলাস সত্যাৰ্থী সংগঠন চিলড্ৰেন ফাউণ্ডেচনে আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত গ্ল’বেল অৰ্গনাইজেচন ফৰ লাইফ ডেভেলপমেন্টৰ সাধাৰণ সম্পাদক কাবেৰী শৰ্মাই কয় যে আগন্তুক নিৰ্বাচনত প্ৰাৰ্থী হিচাপে অংশগ্ৰহণ কৰা সকলো প্ৰতিনিধিকে ধৰ্ষণমুক্ত সমাজ গঢ়িব বুলি প্ৰতিশ্ৰুতিবদ্ধ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি মন্তব্য কৰে।লগতে প্ৰত্যেকজন প্ৰাৰ্থীক একোখন গোহাৰি পত্ৰ দি ধৰ্ষণমুক্ত সমাজ গঢ়িবলৈ অংগীকাৰবদ্ধ হ’বৰ বাবে স্বাক্ষৰ কৰিব বুলি জানিবলৈ দিয়ে ।সংবাদ মেল খনত সংগঠনৰ সমূহ বিষয়ববীয়া উপস্থিত থাকে ।
Trending
- ‘দ্য বিউটিফুল ট্ৰেজেডি’ উপন্যাসৰ বাবে তুলসী দিৱসত লেখক-সাংবাদিক মৰম কুমাৰলৈ পথাৰ পাব্লিচাৰ্ছৰ বিশেষ সন্মান
- তামুলপুৰত জব্ মেলা আৰু লোন মেলাৰ সফল সামৰণি-মুঠ ৩১.৩৮ কোটি টকাৰ ৭৮১টা লোন মঞ্জুৰ
- নেহেৰু যুৱ কেন্দ্ৰ মৰিগাঁৱৰ উদ্যোগত ‘সু-শাসন’ দিৱস
- চ’চাইটি ফৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ বাৰ্ষিক অধিবেশন সম্পন্ন
- গ্ৰাহকক অস্বাস্থ্যকৰ পৰিবেশত মাছ – মাংস বিক্ৰী ; গুৱাহাটী পৌৰ নিগমৰ অভিযানত ৫৬ হাজাৰ টকাৰ জৰিমণা সংগ্ৰহ
- গুৱাহাটী প্ৰেছ ক্লাবত বহুভাষিক দুমহীয়া আলোচনী মহাৰ্ণৱৰ পঞ্চম বৰ্ষপূৰ্তি পালন
- পৰ্যটনৰ কোনো পৰিধি নাই- পৰ্যটন বিভাগটোক আৰু অধিক উজ্জীৱিত ৰূপত তুলি ধৰাৰ বাবে সংঘবদ্ধ হৈ কাম কৰাৰ আহ্বান পৰ্যটন মন্ত্ৰীৰ
- বনভোজ-নতুন বছৰৰ উৎসৱৰ সময়ত নীতি-নিদেৰ্শনা মানিহে গাড়ী চলোৱাৰ আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্তৰ
- সৰুসজাই ক্ৰীড়া প্ৰকল্পতএই মহা আয়োজন বিশ্বমানৰ হোৱাৰ ওপৰত গুৰুত্ব সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ
- ঢেকিয়াজুলি সমষ্টিৰ ৫,১৩০ টা পৰিয়ালৰ ২৭,৭৮৩ গৰাকী নতুন হিতাধিকাৰীৰ মাজত ৰেছন কাৰ্ড বিতৰণ