নয়া ঠাৱৰ উন্মোচনী সভা অনুষ্ঠিত

0 262

সাহিত্যই সমাজক উপকৃত নকৰিলে, সেই সাহিত্য মূল্যহীন।এই মন্তব্য ডক্টৰ ইলিয়াছ আলীৰ।আজি দিশপুৰ প্ৰেছ ক্লাবত আয়োজিত নয়া ঠাৱৰ উন্মোচনী সভাত এই মন্তব্য কৰে।বিশিষ্ট সাংবাদিক অমল গুপ্তৰ সম্পাদিত মাহেকীয়া আলোচনী নয়া ঠাৱৰে সাহিত্য আৰু বৌদ্ধিক ক্ষেত্ৰত বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে ।আজি গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বিশিষ্ট সাংবাদিক জয়শ্ৰী গোস্বামী মহন্ত, পদ্মশ্ৰী ডাক্তৰ ইলিয়াছ আলী, বিপুল শৰ্মাৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.