লোকসভাৰ নিৰ্বাচনৰ চেমি ফাইনেলত ৫ৰাজ্যত কংগ্ৰেছ বিজয়ী হ’ল ।ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগডত কংগ্ৰেছে গেৰুৱা বাহিনীক পৰাস্ত কৰিবলৈ সক্ষম হয়।আনহাতে অসমৰ পঞ্চায়ত নিৰ্বাচনত বি জে পিয়ে অগ্ৰগতি লাভ কৰিছে বুলি জানিব পৰা গৈছে।আমালৈ অহা খবৰ অনুসৰি ডিব্ৰুগড়, মাজুলীত বি জে পিয়ে অগ্ৰগতি লাভ কৰিছে ।এতিয়ালৈকে বহু কেন্দ্ৰত ভোট গণনা চলি আছে।শেহতীয়া খবৰ কিছুসময়ৰ পিছতেহে জানিব পৰা যাব ।
Trending
- পান্ডু মহাবিদ্যালয়ত গুৱাহাটীৰ নগৰীয়া বানপানীৰ সমস্যা সমাধান বিষয়ক সপ্তাহজোৰা কৰ্মশালাৰ সামৰণি
- কেন্দ্রীয় চৰকাৰৰ গ্ৰামোন্নয়নৰ বিভাগৰ প্ৰতিনিধিৰ মৰিগাঁও জিলা ভ্ৰমণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান
- বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা-২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা
- বৃহত্তৰ ৰাণী অঞ্চলত হাতীৰ উপদ্ৰবৰ মাজতে আঘোনৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত চহা কৃষক
- গুৱাহাটী বিশ্ববিদ্যালয়ত এন এছ এছৰ পূৱ মাণ্ডলৰ প্ৰাক গণৰাজ্য দিৱস পেৰেড শিবিৰৰ সামৰণি
- আপকুৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন-ৰাজ্যৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা