দুগৰাকী উদ্যোগী মহিলাৰ এক প্রচেষ্টাৰ ফলস্বৰূপে গুৱাহাটীত পোন প্ৰথমবাৰৰ কাৰণে মুকলি কৰা হ’ল পপ আপ ষ্টৰ। মহানগৰীৰ লেম্ব ৰোডত থকা মাটি চেণ্টাৰত আজি আনুষ্ঠানিকভাবে এই ষ্টৰ মুকলি কৰে জনপ্রিয় লেখক তথা সম্পাদিকা মাইনী মহন্ত আৰু ফেশ্বন ডিজাইনৰ ধীৰাজ ডেকা। উল্লেখযোগ্য যে পাট, মুগা আৰু এৰি কাপোৰত নতুন ধৰণে ডিজাইন কৰি ৰাইজৰ মাজলৈ আগবঢ়াইছে। ২০১২ চনৰ পৰা ফেশ্বনৰ লগত জড়িত হৈ জাহ্ণবী আৰু কৃষ্ণাগী গগৈয়ে আধুনিক ৰূপত পুৰুষ আৰু মহিলাৰ পোচাক প্ৰস্তুত কৰি উলিয়াইছে। কোনো সদাশয় ব্যক্তিয়ে পপ আপ ষ্টৰৰ বিষয়ে সবিশেষ জানিব ইচ্ছা কৰিলে www.jahnabi.in লগ ইন কৰিব পাৰিব।
Trending
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন