প্ৰকাশিত হ’ল সংযোজিত এন আৰ চিৰ তালিকা

0 290

আজি প্ৰকাশিত হ’ল সংযোজিত এন আৰ চিৰ তালিকা  ।এন আৰ চিৰ চুড়ান্ত তালিকাত সন্নিৱিষ্ট হ’ল ৩,১১, ২১০০৪গৰাকী ব্যক্তিৰ নাম।সৰ্বমুঠ ১৯, ৬৬৫৭গৰাকী লোকৰ নাম এন আৰ চিত সন্নিৱিষ্ট হোৱা নাই ।উল্লেখযোগ্য যে এন আৰ চিৰ উন্নীতকৰণ প্ৰক্ৰিয়াত ৰাজ্য চৰকাৰৰ প্ৰায় ৫২হাজাৰ কৰ্মচাৰী নিয়োজিত হৈ আছিল।অন্তভুক্তি আৰু বাদ পৰা সবিশেষ স্থিতিৰ সম্পৰ্কে www.nrcassam.nic.inজৰিয়তে জানিব পাৰিব।

Leave A Reply

Your email address will not be published.