ৰেলেৰে প্ৰথমবাৰৰ বাবে অসমলৈ আমদানি কৰা হয় ২৭৬০ মেট্ৰিক টন খাৰুৱা তেল । এই কামৰ পদক্ষেপ গ্ৰহণ কৰিছে এন আৰ এল কৰ্তৃপক্ষই ।জানিব পৰা মতে মালয়েছিয়া মিৰিৰ পৰা জাহাজেৰে খাৰুৱা তেল খিনি পশ্চিম বংগৰ হালদীয়া বন্দৰলৈ আনিছে।এক তথ্য অনুসৰি বৰ্তমান শোধনাগাৰটোৰ শোধন ক্ষমতা সম্পূৰ্ণকৈ ব্যৱহাৰ হোৱা নাই ।ভৱিষ্যতে শোধনাগাৰ কৰ্তৃপক্ষই শোধন ক্ষমতা বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে বুলি জানিব পৰা গৈছে ।
Trending
- নৱম ৰাষ্ট্ৰীয় লন বল চেম্পিয়ন শ্বিপ অনুষ্ঠিত
- NDRF RESCUED A DISTRESSED CIVILIAN FROM RIVER BRAHMAPUTRA
- NDRF RESCUED A DISTRESSED CIVILIAN FROM RIVER BRAHMAPUTRA
- দীপৰ বিল পাচপাৰা সমবায় সমিতিৰ উদ্যোগত দীপৰ বিলত শৃংখলাবদ্ধভাবে সমূহীয়া মৎস চিকাৰৰ প্ৰস্তুতি
- অসম আৰক্ষীৰ মহা পৰিদৰ্শক ডঃ পাৰ্থ সাৰথি মহন্তক সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সাহসী বঁটা প্ৰদান
- ডিমৰীয়াত পৰিবহণ বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলিত ২০২৪ সেৱা কাৰ্যসূচীৰ সামৰণি
- ধুবুৰীৰ ফকিৰগঞ্জত ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী হাজৰীকাৰ, জৰুৰীকালীন খহনীয়া প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণৰ আশ্বাস
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত মধ্য, দক্ষিণ, দক্ষিণ-পূব এছিয়াৰ আন্তর্জাতিক সম্মিলনৰ আয়োজন
- শ্ৰদ্ধাঞ্জলি কাননত পৰিবহণ বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলিত ব্যতিক্ৰমী কাৰ্যসূচী
- জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ বৈঠক সম্পন্ন