প্ৰথমবাৰৰ বাবে খাৰুৱা তেল আমদানি কৰিলে এন আৰ এলে

0 188

ৰেলেৰে প্ৰথমবাৰৰ বাবে অসমলৈ আমদানি কৰা হয় ২৭৬০ মেট্ৰিক টন খাৰুৱা তেল । এই কামৰ পদক্ষেপ গ্ৰহণ কৰিছে এন আৰ এল কৰ্তৃপক্ষই ।জানিব পৰা মতে মালয়েছিয়া মিৰিৰ পৰা জাহাজেৰে খাৰুৱা তেল খিনি পশ্চিম বংগৰ হালদীয়া বন্দৰলৈ আনিছে।এক  তথ্য অনুসৰি বৰ্তমান শোধনাগাৰটোৰ শোধন ক্ষমতা সম্পূৰ্ণকৈ ব্যৱহাৰ হোৱা নাই ।ভৱিষ্যতে শোধনাগাৰ কৰ্তৃপক্ষই শোধন ক্ষমতা বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে বুলি জানিব পৰা গৈছে  ।

Leave A Reply

Your email address will not be published.