মণিপুৰত পোন প্ৰথমবাৰৰ বাবে ব্যৱসায়িক ভিত্তিত আপেল খেতি হৈছে।এই ব্যৱসায়ভিত্তিত সফলতা লাভ কৰিছে আগষ্টিনা অউংচি চিমৰে আৰু ৰিংফামি থিংছহুংকে। উল্লেখযোগ্য যে দুয়ো গৰাকীয়ে হিমাচল প্ৰদেশত এক কৰ্মশালাত অংশগ্ৰহণ কৰি আপেল খেতিৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। তাৰ পিছতে আহি স্বৰাজ্যত এই খেতি কৰে।যুৱতী গৰাকীৰ এই কাৰ্য্যক প্ৰশংসা কৰি মেঘালয়ৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে প্ৰথম বাৰৰ বাবে সফলতাৰে আপেল খেতি কৰি লাভজনক হোৱাটো মণিপুৰৰ বাবে অতিকৈ উৎসাহজনক কথা।আৰু ই কৃষক সকলক এক নতুন পথ দেখুৱাব।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন