অসামৰিক সেৱাৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতাৰ বাবে যোৰহাটৰ জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন প্ৰধান মন্ত্ৰীৰ বিশেষ বঁটাৰ বাবে মনোনীত হৈছে। দৰঙৰ জিলা উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত ” প্ৰধান মন্ত্ৰী সহজ বিজুলী হৰ ঘৰ যোজনা” ( SAUBHAGYA) আঁচনি সফল ৰূপায়ণৰ বাবে ২০১৯ বৰ্ষৰ হৈ তেওঁক উত্তৰ পূব আৰু পাহাৰীয়া জিলাৰ গ্রুপত বাছনি কৰা হৈছে। অহা ২১ এপ্ৰিলত দিল্লীত National Civil Service Day ৰ দিনা প্ৰধান মন্ত্ৰীয়ে তেওঁক এই বঁটা প্ৰদান কৰিব।
Trending
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন