বক্সিঙত অসমৰ খেলুৱৈৰ সাফল্য

0 659

এছিয়ান বক্সিং চেম্পিয়নশ্বিপত অসমৰ শিৱ থাপাই কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰি পদক জয়ৰ দিশে অগ্ৰসৰ হৈছে ।বেংকক অনুষ্ঠিত হোৱা টু্ৰ্ণামেণ্টখনত শিৱই দেওবাৰে কিৰ্গীস্তানৰ এজন খেলুৱৈক পৰাস্ত কৰি ভাৰতৰ আন চাৰিগৰাকী বক্সাৰৰ সৈতে কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰিছে।আনহাতে এছিয়ান বক্সিং চেম্পিয়নশ্বিপ টুৰ্নামেণ্টখনত লাভৱান বৰগোহাঁইয়ে কোৰ্ৱাটাৰ ফাইনেলত প্ৰবেশ কৰিছে।

Leave A Reply

Your email address will not be published.